1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 26, 2024, 2:43 pm
Trending:
২০২৫ বৰ্ষত সৌভাগ্যশালী হ’ব এইসকল ৰাশিৰ লোক, সলনি হ’ব ভাগ্য অম্বুবাচীৰ নিবৃত্তি পাছত কি কি নিয়ম পালন কৰিব আপুনি সূৰ্য দেৱতাক এনেদৰে কৰক পূজা! নাইকীয়া হ’ব বাধা-বিঘিনি আহি গ’ল হোৱাটছএপৰ নতুন ফিচাৰ প্ৰায় ২০বছৰে স্কুললৈে নোযোৱাকৈ চৰকাৰী দৰমহাৰে চলি থকা এহাল দম্পতী, যাৰ পেছা শিক্ষকতা! স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেম, মৰম, সন্মান চিৰযুগমীয়া হৈ থাকিবলৈ পুৱাই শুই উঠি কৰক এইকেইটা কাম! ওজন কমাবলৈ ৰাতিৰ আহাৰ নোখোৱাকৈ থকাটো ভাল নে বেয়া? জানি লওঁক তিয়াই থোৱা কিচমিচ খোৱাৰ উপযুক্ত সময় হঠাৎ বন্ধ হ’ব পাৰে আপোনাৰ মোবাইল! ৩৯২টা মোবাইল ব্লক কৰাৰ নিৰ্দেশ ভাৰতৰ দূৰসংযোগ বিভাগৰ! ভুলকৈ মূৰ্তি ৰাখিলে ঘৰত বৃদ্ধি পাব ঋণাত্মক শক্তি!

সঘনাই লিপষ্টিক ব্যৱহাৰ কৰে নেকি আপুনি, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে!

  • Update Time : Sunday, June 16, 2024

চকুত কাজল, কপালত সৰু ফোট আৰু ওঁঠত লঘু লিপষ্টিক লৈ ঘৰৰ ​​পৰা ওলাবলৈ মহিলাসকলে পচণ্ড কৰে ৷ অৱশ্যে বহুতৰে লিপষ্টিকক লৈ আছে অতিৰিক্ত প্ৰেম। লিপষ্টিক লগাই নোলোৱাকৈ আপোনাৰ সাজ-পোছাক সম্পূৰ্ণ বুলি নাভাবে। কাজল নলগালেও বহুতে লিপষ্টিক লগাবলৈ নাপাহৰে। লিপষ্টিক অবিহনে বহুতে কতো ফুৰিবলৈও নাযায়৷ কিন্তু আপুনি জাননে প্ৰতিদিনেই লিপষ্টিক লগোৱাটো আপোনাৰ বাবে হ’ব পাৰে সমস্যা৷ কিছুমান লিপষ্টিক আছে, যাৰ ফলত ওঁঠ শুকান হৈ যাব পাৰে। আৰু যিসকলৰ ছালৰ শুকান সমস্যা আছে তেওঁলোকৰ বাবে এই সমস্যা গুৰুতৰ হ’ব পাৰে। গতিকে সঘনাই লিপষ্টিক ব্যৱহাৰ নকৰাই ভাল৷
. ৰাসায়নিক দ্ৰব্যৰ এলাৰ্জী থাকিলে লিপষ্টিক ব্যৱহাৰ কৰাত সাৱধান হওক। নতুন কোম্পানী এটাৰ লিপষ্টিক ব্যৱহাৰ কৰাৰ আগতে ভালদৰে পৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ।
. ওঁঠত লিপষ্টিক লগালে হোৱা সংক্ৰমণ শৰীৰৰ অন্য অংশলৈ বিয়পিব পাৰে। লিপষ্টিক শ্বাস-প্ৰশ্বাসজনিত সমস্যা, চকুৰ সংক্ৰমণ আৰু হাঁচিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
. প্ৰতিদিনে লিপষ্টিক লগোৱাৰ আন এটা অসুবিধা হ’ল ওঁঠত ক’লা দাগ পৰাৰ আশংকা। অধিক লিপষ্টিক ব্যৱহাৰে আপোনাৰ ওঁঠ ক’লা পেলাব পাৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme