1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:29 am

সঘনাই যদি মূৰ বিষ হৈ থাকে তেন্তে এইকেইবিধ সামগ্ৰীয়ে আপোনাক দিব মূৰ বিষৰ পৰা সকাহ!

  • Update Time : Friday, July 19, 2024

প্ৰায়েই মূৰ বিষ হৈ থাকে নেকি আপোনাৰ? মূৰ বিষৰ বাবে কষ্টত ভুগি আছে নেকি আপুনি? যদি সঘনাই হোৱা মূৰ বিষৰ বাবে কষ্টত আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে,

. মূৰৰ বিষ হ’লে কিছু সময়ৰ মূৰে মূৰে এগিলাচ পানী খালেও মূৰৰ বিষৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি।
. কেইটামান লং কিছু সময় গৰম কৰি এখন ৰুমালত বান্ধি টোপোলাটো নাকৰ ওচৰত লৈ গুন্ধ লৈ থাকিলে মূৰৰ বিষৰ পৰা কিছু সকাহ পাব পাৰি।
. মূৰৰ বিষত জালুক আৰু পদিনাৰ চাহ খালে যথেষ্ট ভাল ফল পোৱা যায়।
. যদি বহু চেষ্টা কৰাৰ পাছতো আপোনাৰ মূৰৰ বিষ কম হোৱা নাই তেন্তে এটা আপেল কাটি লৈ লগত নিমখ সানি খালে মূৰৰ বিষ যথেষ্ট দূৰ হৈ যায়।
. কেইটামান তুলসীৰ আগ দি চাহ বনাই খালে মূৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme