1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 24, 2024, 2:44 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিল হৰ্ষ বৰ্ধন

  • Update Time : Monday, March 4, 2024

ৰাজনৈতিক জগতৰ পৰা অৱসৰ ল’লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে ১৯৫টা লোকসভা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। কিন্তু প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে গেৰুৱা শিবিৰৰ প্ৰথম প্ৰাৰ্থী তালিকাত নিজৰ নাম দেখা নাপায় সক্ৰিয় ৰাজনীতিৰ পৰাই আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হৰ্ষ বৰ্ধনে মন্তব্য কৰে যে এইবাৰ তেওঁ নিজৰ চিকিৎসা সেৱাৰ ওপৰত গুৰুত্ব দিব। চিকিৎসাৰ কামলৈ ঘূৰি অহাটোক নিজৰ শিপালৈ ঘূৰি অহা বুলি উল্লেখ কৰিছে। ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে যে, “৩০ বছৰৰো অধিক সময় নিৰ্বাচনী ৰাজনীতিত জড়িত হৈ আছো, ৫ বাৰ জয়ী হৈছো আৰু দুটা বিধানসভা নিৰ্বাচনত বিজয়ী হৈছো। লোকসভাৰ দুয়োটা নিৰ্বাচনতে মই দৃষ্টান্তমূলক ভোটৰ ব্যৱধানত জিকিছিলো। দলীয় কামৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিলো। এতিয়া অৱশেষত মই মোৰ শিপালৈ উভতি যাব বিচাৰিছো।”

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme