1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:31 am

সকলো পাঠ্যক্ৰম আগৰে পৰা বুজি খৰচি মাৰি অধ্যয়ণ কৰক আৰু পৰীক্ষাৰ বাবে চলাওঁক প্ৰস্তুতি!

  • Update Time : Sunday, July 21, 2024

পৰীক্ষাৰ বাবে আমি সকলোৱে প্ৰস্তুতি চলাঁও৷ কিন্তু বহু সময়ত বহুতক দেখা যায় যে, পৰীক্ষাৰ আগদিনা বা পৰীক্ষালৈ কেইদিনমান থকা সময়তহে পঢ়িবলৈ বহে৷ কিন্তু তেনে কৰা একেবাৰে অনুচীত৷
যিকোনো এটা পৰীক্ষালৈ প্ৰস্তুতি চলোৱাৰ বাবে আমি সকলোৱে আগৰ পৰাই পঢ়িব লাগে আৰু নুবুজাবোৰ ভালদৰে বুজি লব লাগে৷ কোনো বিষয়ত কিবা নুবুজাকৈ থাকিলে আগতেই বুজি লৈ শিকিব লাগে যাতে পৰীক্ষাত কোনো ধৰণৰ অসুবিধাৰ সম্মুখীন নহয়৷ আনহাতে, পৰীক্ষাৰ সময়ত, পঢ়াৰ সময়ত আন কোনো চিন্তা মনলৈ আনিব নালাগে৷ মাতৃ পিতৃয়েও পঢ়াৰ সময়ত গালি শপনি পাৰিব নালাগে বা মাৰ-পিত কৰিব নালাগে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme