1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 4:40 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা

  • Update Time : Tuesday, July 2, 2024

ইলাচী আমাৰ সকলোৰে পৰিচিত । ইলাচীক সাধাৰণতে আমি মুখ সতেজক বা মচলা হিচাপে ব্যৱহাৰ কৰো। কিন্তু ইলাচীয়ে কেৱল ব্যঞ্জনৰ সোৱাদ-গোন্ধ বৃদ্ধি কৰাই নহয়, ইলাচীয়ে আমাৰ শৰীৰটোক বহু প্ৰকাৰে উপকাৰ কৰে।
খাদ্য গ্ৰহণৰ পাছত ইলাচী খোৱাৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যা নহয়। সেয়েহে দীৰ্ঘসময়ৰ বাবে বাহিৰলৈ ওলাই যাবলগীয়া হ’লে লগত ইলাচী ৰাখিব৷
আপুনি যদি সঘনাই ডিঙিৰ বিষত ভোগে, তেন্তে আপোনাৰ বাবে ইলাচী খোৱাটো অতি উপকাৰী।ইয়াৰ বাবে আপুনি খাদ্য গ্ৰহণৰ পাছত ইলাচী খাব পাৰে।
যদি কোনো ব্যক্তিৰ হিকটি বন্ধ নোহোৱা হয়, তেন্তে তেওঁ ইলাচী গ্ৰহণ কৰা উচিত। ইলাচী মুখত লৈ লাহে লাহে চোবাই থাকিলে এই সমস্যাটোৰ সমাধান হয়।
যদি আপোনাৰ মুখখন গোন্ধাই থাকে, সেউজীয়া ইলাচী চোবাই থাকিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme