1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:12 am

সংসাৰত উন্নতি আহিবলৈ ৪ টা গুণ স্ত্ৰীৰ মাজত থকাটো নিতান্তই প্ৰয়োজনীয়

  • Update Time : Thursday, December 26, 2024

সংসাৰত উন্নতি আহিবলৈ ৪ টা গুণ স্ত্ৰীৰ মাজত থকাটো নিতান্তই প্ৰয়োজনীয়
1. স্বামী-স্ত্ৰীৰ মাজত মিলা প্রীতি থকা মানে সেই ঘৰ-সংসাৰ সুখৰ বুজায়। তেনে ঘৰে উন্নতিৰ মুখ দেখিবই,
2. স্ত্ৰীৰ মিঠা মাতেই হ’ল স্বামীৰ শক্তি। ৰাতিপুৱাই দহোবন কাতি কৰি থৈ যি স্ত্রীয়ে স্বামীক খুৱাই-বুৱাই কামলৈ পঠাব পাৰে সেই স্বামী সৌভাগ্যৱান হয় আৰু সেই পৰিয়ালৰ সুখ আহে,
3. ঘৰৰ মূল মহিলাগৰাকীয়ে মুখ উফন্দাই একদম থাকিব নাপায়। দিনটো বকি-জকিও থকা অনুচিত। ল’ৰা-ছোৱালী আৰু অন্য সদস্য সকলে দেখি ভাল নাপায়,
4. ঘৰখনৰ আয়-উন্নতিৰ হকে মহিলা গৰাকী সদায় সচেষ্ট থকা উচিত। সেয়ে কয়, “তিৰোতাৰ কপালে ধন পুৰুষৰ কপালে জন”

এনেবোৰ কৰিবলৈ Current Trend Assam য়ে কাকো বাধ্য কৰোৱা নাই, নিজৰ ইচ্ছাৰ ওপৰত সকলো নিৰ্ভৰ কৰে!

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme