1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:25 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

সংগীৰ সৈতে কাজিয়া হৈছে যদি কৰক মাত্ৰ এইকেইটা কাম!

  • Update Time : Saturday, June 8, 2024

আপুনি আৰু আপোনাৰ প্ৰিয়গৰাকী একেলগে থাকিলেও তেওঁলোকৰ দৃষ্টিভংগীও যে একেই হ’ব লাগিব তেনে কোনো কথা নাই। এনে বহু দম্পতি আছে যি একেলগে থাকিব পাৰে, কিন্তু দুয়োৰে চিন্তাৰ ধৰণ বহুত বেলেগ। যাৰ বাবে তেওঁলোক দুয়োজনে এটা সিদ্ধান্তত উপনীত হ’বলৈ যথেষ্ট সময় লাগে। যদি আপোনাৰো তেনে সমস্যা হৈছে বা আপোনাৰ সংগীৰ সিদ্ধান্তই আঘাত কৰে, তেনেহ’লে তেওঁৰ সৈতে কাজিয়া কৰি সম্পৰ্কটো নষ্ট নকৰি সংগী গৰাকীক নিয়ন্ত্ৰণ কৰিবলৈ কৰিব পাৰে কিছু কাম-

. আপোনাৰ সংগীৰ সৈতে মতৰ মিল নোহোৱা হয়, তেতিয়া প্ৰথম পদক্ষেপ হিচাপে আপুনি আপোনাৰ সঙ্গীৰ সৈতে কথা পাতিব। তেওঁৰ সিদ্ধান্তত আপোনাৰ কি সমস্যা আছে বুজাই দিয়ক আৰু ভালদৰে আলোচনা কৰক৷ এনে কৰিলে সম্পৰ্কৰ মাজত কাজিয়া কম হব আৰু সম্পৰ্কটো ভাল হৈ থাকিব৷
. কেতিয়াবা আপুনি আপোনাৰ সংগীৰ কথা বুজি নাপাব পাৰে। সেয়েহে সদায় ইজনৰ কথা সিজনে ভালদৰে শুনিব লাগে। ভালদৰে কথা শুনাটোয়ে যিকোনো সিদ্ধান্ত লোৱাটো সহজ কৰি তোলে। সংগী গৰাকীয়ে কোনো কথা কলে সেয়া ভালদৰে মন দি শুনিব লাগে৷ আৰু তাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে৷
. যদি আপোনাৰ বা আপোনাৰ সংগীৰ খুব খং উঠি আছে, তেন্তে সেইসময়ত কথাবোৰ ভাবিবলৈ সময় ল’ব, কাজিয়া নকৰি ভালদৰে পাছত কথাবোৰ আলোচনা কৰিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme