1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:31 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

সঁচা অৰ্থত আছে স্বৰ্গ, মৃত্যু দুৱাৰডলিৰ পৰা উভতি আহি এগৰাকী মহিলাৰ দাবী

  • Update Time : Saturday, February 17, 2024

মানৱ জীৱনৰ এটা চিৰসত্য ঘটনা হৈছে মৃত্যু, মৃত্যুৰ পাছত ক’ত কি হয় সেই কথা আমি কোনেও ক’ব নোৱাৰো। যদিও কেতিয়াবা মানুহে মৃত্যুৰ পাছত পুনৰ জীৱিত হৈ মৃত অৱস্থা অনুভৱ কৰা কথাবোৰ সচৰাচৰ শুনিব পোৱা যায়।মৃত্যু হোৱাৰ ২৭ মিনিটৰ পিছত পুনৰ জীৱিত হৈ উঠিল এগৰাকী মহিলা। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চিকিত্সালয়ত মৃত্যু হৈছিল আমেৰিকাৰ এৰিজোনাৰ বাসিন্দা টিনাৰ। চাৰিটা সন্তানৰ মাতৃ টিনাৰ লগত সংঘটিত হ’ল অলৌকিক ঘটনা। মৃত্যু ২৭ মিনিটৰ পিছত পুনৰ জীৱন ঘূৰাই পাইছিল এইগৰাকী মহিলাই, মৃত্যুৰ বিচনাৰ পৰা উঠি অহাৰ পাছত মহিলাগৰাকীয়ে বৰ্ণনা কৰিলে আজৱ ঘটনা। মহিলাগৰাকীয়ে এখন বহীত লিখিলে -‘এয়া বাস্তৱ’। সুস্থ হৈ উঠাৰ পাছত মহিলাগৰাকীয়ে দাবী কৰে যে মৃত্যুৰ পাছত মহিলাগৰাকীয়ে প্ৰকৃত স্বৰ্গ দেখিছিল আৰু যীশুক লগ পাইছিল। তেওঁ মন্তব্য কৰে যে ঈশ্বৰে মোৰ জীৱনটো অলৌকিকতাৰে ৰক্ষা কৰিবলৈ বাছি লৈছিল। ২৭ মিনিটৰ বাবে মোৰ উশাহ বন্ধ কৰি মোক পুনৰ জীৱন দান দিলে ঈশ্বৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme