1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:02 am

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ আমগুৰি আঞ্চলিক শাখাৰ ৫০ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

  • Update Time : Tuesday, December 31, 2024

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ আমগুৰি আঞ্চলিক শাখাৰ ৫০ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আমগুৰি আঞ্চলিক শাখাৰ ৫০ সংখ্যক বাৰ্ষিক অধিবেশন খনি দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আমগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

আমগুৰিৰ সংবাদদাতা ৱাকিল আহমেদৰ প্ৰতিবেদন অনুসৰি দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশন খনিত আমগুৰি আঞ্চলিক শাখাৰ অন্তৰ্গত প্ৰাথমিক শাখা সমূহৰ লগতে আমগুৰি অঞ্চলৰ বহুতো ভকত বৈষ্ণৱৰ উপস্থিতিত ভক্তি ৰসেৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিবেশ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme