1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:08 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

শ্বহীদ সুমনৰ পৰিয়াললৈ ৫০ লাখ টকাৰ চেক মুখ্যমন্ত্ৰীৰ

  • Update Time : Wednesday, November 17, 2021

ডিজিটেল ডেস্কঃ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শ্বহীদৰ পৰিয়ালটোক দেখা কৰিবলৈকে বাক্সালৈ ৰাওনা মুখ্যমন্ত্ৰীগৰাকীৰ।

শনিবাৰে মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল সুমন স্বৰ্গীয়াৰীয়ে। ১৫ নবেম্বৰত সুমনৰ সামৰিক মৰ্যদাৰে শেষকৃত সম্পন্ন হয়। শ্বহীদৰ পৰিয়ালটোক দেখা কৰিবলৈ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছে বাক্সাৰ ঠৈকাৰাকুছিত। সুমনৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সুমনৰ পৰিয়ালবৰ্গৰে মত-বিনিময় কৰাৰ লগতে শ্বহীদৰ পৰিয়ালটোলৈ ৫০ লাখ টকাৰ এখন চেকো প্ৰদান কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme