1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:37 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

শুৱনি কোঠাত আছে নেকি এনে বস্তু, তেন্তে নাৰাখিব এতিয়াৰে পৰা!

  • Update Time : Thursday, June 13, 2024

এখন ঘৰ সাজিবলৈ বহুলোকে বহু আগৰ পৰাই প্ৰস্তুতি চলায়৷ তেনেদৰে বহুলোকে নিজৰ শুৱনি কোঠাটি সজাই তুলিবলৈ চেষ্টা কৰে৷ কেনেকৈ কোঠালিটো সজাব, কি কি বস্তুৰে সজাব বা কি কি ৰাখিব কোঠাত সকলোবোৰ বহু আগৰে পৰা প্ৰস্তুতি চলাই বহুলোকে৷ তেনে ক্ষেত্ৰতে বহুলোকে কোঠাটি সজাই তোলাত কিছমান ভুল কাম কৰি পায়৷ যিয়ে আমাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰে৷ আহকচোন জানি লওঁ এটা কোঠা সজাই তোলাৰ পূৰ্বে কি কি কাম কৰিব নালাগে,

. শোৱনি কোঠাত মৃতকৰ ফটো নাৰাখিব৷
. শোৱনি কোঠাত ভগৱানৰ ফটো নাৰাখিব৷
. পৰাপক্ষত শোৱনি কোঠাত DARK COLOUR এৰাই চলক৷
. কেতিয়াও বিছনাত বহি ভাত নাখাব৷
. বিচনাত আইনাৰ প্ৰতিবিম্ব পৰিবলৈ নিদিব৷
. বিচনাৰ তলত বাচন-বৰ্তন নাৰাখিব৷
. উত্তৰ-পূৱ দিশত আলমিৰা নাৰাখিব৷
. পতি-পত্নীৰ ফটো দক্ষিণ-পশ্চিম দিশত ৰাখিব৷
. কোঠাৰ মূল দৰ্জাখনৰ সন্মুখত বিচনা নাৰাখিব৷
. বেয়া ঘড়ী, ভগা আইনা নাৰাখিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme