1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:03 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

শুই উঠিয়ে নকৰিব এইসমূহ কাম, হ’ব স্বাস্থ্যৰ ব্যাপক ক্ষতি

  • Update Time : Monday, February 19, 2024

ৰাতিপুৱা শুই উঠি এইকেইটা কাম কৰে নেকি যদি কৰে সোনকালে এৰক এই অভ্যাস।
আমি ৰাতিপুৱা শুই উঠি শৰীৰৰ যত্ন লোৱাটো উচিত। কিয়নো শৰীৰ সুস্থ হৈ থাকিলেহে মানুহৰ মনো ভালে থাকে আৰু মন ভালে থাকিলে শৰীৰো ভালে থাকে। এৰিষ্টলৰ মতে, ‘Health mind is healthy body’. বহুলোকে ৰাতিপুৱা শুই উঠিয়ে কিছুমান ডাঙৰ ভূল কৰে, যিসমূহ কাম শৰীৰৰ বাবে ক্ষতিকাৰক। যদিহে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰখাটো বিচাৰে তেন্তে
ৰাতিপুৱা শুই উঠিয়ে এইকেইটা কাম কেতিয়াও নকৰিব।
*বহুলোকে ৰাতিপুৱা শুই উঠিয়ে বিচনাতে চাহ বা কফি খাব বিচাৰে। কিন্তু বিচনাতে চাহ বা কফি খাব বিচৰাটো বেয়া অভ্যাস। ইয়াৰ সলনি শুই উঠিয়ে সদায় বিচনাতে
ঠাণ্ডা পানী খাব লাগে।

*ৰাতিপুৱাৰ সময়খিনি মানসিক শান্তিৰ বাবে সকলো ব্যক্তিৰ বাবে প্ৰয়োজনীয়। পুৱাৰ সময়ত মনত কোনো মানসিক চাপৰ সৃষ্টি হলে সম্পূৰ্ণ দিনটোৰ বাবে মন অশান্তিকৰ
হৈ থাকে। সেয়ে শুই উঠাৰ লগে লগে সামাজিক মাধ্যমৰ পৰা দূৰত থকাই উচিত।

*ৰাতিপুৱা দেৰিকৈ শুই উঠা বহুলোকে নিজৰ কৰ্মক্ষেত্ৰলৈ যাব লগা হলে ৰাতিপুৱাৰ আহাৰ নুখোৱাকৈ যায়। ই শৰীৰত জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া হ্ৰাস কৰে আৰু শৰীৰৰ
ওজন বৃদ্ধি কৰে। গতিকে ৰাতিপুৱা কেতিয়াও আহাৰ এৰিব নালাগে।

*পৰাপক্ষত শুই উঠিয়ে কুহুমীয়া পানী খাওঁক, শুই উঠিয়ে মোবাইল চোৱাৰ পৰা বিৰত থাকক, পুৱাৰ আহাৰ নোখোৱাকৈ নাথাকিব, শুই উঠিব ব্যায়াম কৰক আৰু সু-স্বাস্থ্যৱান
হৈ থাকক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme