1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:01 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

শিৱৰাত্ৰীত এইকেইটা গীত শুনিলে আপুনিও ডুব যাব ভক্তিত…

  • Update Time : Monday, February 28, 2022

ডিজিটেল ডেস্কঃ কাইলৈ শিৱৰাত্ৰী। ভগৱান শিৱৰ উপাসনাৰে মুখৰিত হ’ব দেশ।শিৱৰাত্ৰীৰ প্ৰাকক্ষণত আপুনি কেনেদৰে কটাব বা শিৱৰাত্ৰীৰ অনুষ্ঠানত কেনেধৰণৰ গীত শুনিব এই লৈ চিন্তিত বহুজন। মহাদেৱক আৰাধনামূলক বহু গীত আছে যদিও সকলো গীততেই আধ্যাত্নিকতা ফুটি নুঠে। কোনসমূহ গীত শুনিলে মন শাঁত পৰিব বা আধ্যাত্মিক ভাৱত আপুনি একাত্ম হ’ব। এইকেইটা গীতে শ্ৰোতাক পোনপটীয়াকৈ ঈশ্বৰৰ সৈতে সংযোগ কৰাব পৰাকৈ শক্তিশালী।

প্ৰথমেই ‘শিৱজী চলে পাল্কি সজায়’ দেৱানন্দৰ ছবি ‘মুনিমজী’ৰ এই গানটোৰ নাম পোনতেই ল’ব পাৰি, দ্বিতীয়তে ‘নমো নমো শংকৰ’ ছাৰা আলি খান আৰু সুশান্ত সিঙ ৰাজপুত অভিনীত কেদাৰনাথ ছবিখনৰ এই গীতটোক প্ৰায়সংখ্যকেই এই সময়ত শুনিব খোজে। গায়ক অমিত ত্ৰিবেদীৰ যাদুকৰী কণ্ঠৰ এই গীতটো এইবাৰো শিৱৰাত্ৰীত বহুতেই শুনা আৰম্ভ কৰিছে। তৃতীয়তে বিখ্যাত গায়ক কৈলাশ খেৰৰ ‘বম্ব বম্ব বম্ব লাহাৰী’ গানটো নিশ্চিতভাৱে মহাশিৱৰাত্ৰিত শুনিব পৰা এটা গীত। চতুৰ্থতে ‘আদিযোগী’ প্ৰসুন যোশীৰ দ্বাৰা লিখিত আৰু কৈলাশ খেৰৰ কণ্ঠত প্ৰাণৱন্ত গীতটোও বহুতেই শুনিব খোজে। পঞ্চমতে ‘শিৱ তাণ্ডৱ’ শংকৰ মহাদেৱনৰ কণ্ঠত শিৱ তাণ্ডৱে প্ৰতিগৰাকী শ্ৰোতাকেই ভক্তিৰসত ডুবাব পাৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme