1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:28 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ এটি অতিকৈ দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী

  • Update Time : Tuesday, June 11, 2024

শিৱসাগৰ জিলাৰ নামতি আঞ্চলৰ এটি অতিকৈ দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী, ঘৰ বুলিবলৈ একোৱেই নাই গোহালি সদৃশ পৰিৱেশৰ মাজত মাতৃ পূত্ৰৰ জীৱন সংগ্ৰাম ।
তিনিটাকৈ কণমানি পুত্ৰক লগত লৈ এগৰাকী মাতৃয়ে কৰিছে সংগ্ৰাম। নামতি প্ৰাইভেৰীৰ বাসিন্দা প্ৰয়াত ৰাজীৱ দত্তৰ এই পৰিয়ালটোৰ বৰ্তমানৰ অৱস্থা পানীত হাঁহ নচৰা ।
বৰ্তমান ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী বিজু হাজৰিকা দত্ত নামৰ মহিলাগৰাকী। আমগুৰিৰ সাংবাদিক ৱাকিল আহমেদে আগবঢ়োৱা তথ্য অনুসৰি তিনিটা সন্তানক লগত লৈ জীৱনৰ সৈতে সংগ্ৰাম কৰিছে এইগৰাকী দুৰ্ভাগ্য মাতৃয়ে। ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা অৰুণোদয় আঁচনিৰ টকা কেইটাৰে কথমপি জীয়াই আছে চাৰি জনীয়া পৰিয়ালটো । এই মূহুৰ্তৰ লৈকে লাভ কৰা নাই এটা চৰকাৰী আৱসগৃহ। মহিলাগৰাকীৰ এই দূদশাৰ খবৰ পাই কিছু সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম মহিলা সমিতিৰ শিৱসাগৰ জিলাৰ বিষয়া ইন্দ্ৰানী ৰাজকুমাৰী। এতিয়া দূৰ্ভগীয়া মহিলাগৰাকীয়ে ৰাইজৰ পৰা জীয়াই থাকিবৰ বাবে বিচাৰিছে সহায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme