1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 11:41 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

শিশুৰ বাবে পাৰফিউম কিয় হানিকাৰক জানি লওঁক!

  • Update Time : Sunday, September 8, 2024

পাৰফিউম আমাৰ সকলোৰে প্ৰিয়। বহু লোকৰে ভিন্ন ভিন্ন গোন্ধৰ পাৰউিউম ব্যৱহাৰ কৰাৰ চখ থাকে। বিশেষকৈ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে আমি হয়তো সকলোয়ে শৰীৰত পাৰফিউম ব্যৱহাৰ কৰো।
কিছুমানে আকৌ নিজৰ লগতে তেওঁলোকৰ সন্তানৰ শৰীৰতো পাৰফিউম লগাই দিয়ে। কিন্তু মনত ৰাখিব শিশুৰ বাবে খুবেই হানিকাৰক পাৰফিউম।

. পাৰফিউমত থকা ৰাসায়নিক পদাৰ্থৰ ফলত শিশুৰ এলাৰ্জীৰ সমস্যা হয়।
. পাৰফিউম প্ৰয়োগ কৰিলে ছালত খজুৱতি, ফুলা আদি সমস্যা হ’ব পাৰে।
. পাৰফিউমৰ সুবাসত ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে শিশুৰ সংবেদনশীল ছালত জ্বলা-পোৰা কৰিব পাৰে।
যাৰ ফলত শিশুৰ ছালত ৰঙা পৰা, দাগ বা খজুৱতিৰ দৰে সমস্যা হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme