1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:57 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

শিশুক মৰমেৰে বুজাওক,মৰমেৰে শিকাওক!

  • Update Time : Friday, September 27, 2024

প্ৰতিজন পিতৃ-মাতৃয়েই নিজৰ সন্তানক এজন ভাল মানুহ হোৱাটো বিচাৰে, কিন্তু ইয়াৰ বাবে শিশুক সৰুৰে পৰাই কিছুমান কথা শিকোৱাটো খুবেই জৰুৰী যাতে তেওঁ ডাঙৰ হ’লে ভুল অভ্যাস গ্ৰহণ নকৰে ।
. আমি সদায় ল’ৰা-ছোৱালীৰ লগত কথা পতা উচিত বুলি সকলোৱে জানে, কিন্তু তেওঁলোকৰ সমস্যা অনুযায়ী কথা পাতিলে ভাল অভিভাৱকত্বৰ পৰিচয় পোৱা যায় ৷ শিশুসকলৰ সমস্যাৰ বিষয়ে সদায় শুনিব আৰু তেওঁলোকৰ সমাধান বিচাৰি উলিয়াওক আৰু তেওঁলোকক পৰামৰ্শ দিয়ক ৷
. সন্তানে কিবা ভুল কৰিলে খং কৰা সলনি মৰমেৰে বুজাব, যাতে দ্বিতীয় বাৰ পুনৰ সেই একেই ভুল নকৰে।
. পঢ়াৰ সময়ত যদি শিশুৱে পঢ়িবলৈ মন নকৰে তেন্তে তেওঁলোকক মাৰ-ধৰ নকৰিব, খং নকৰিব। বৰঞ্চ তেওঁলোকক তেনে সময়ত তেওঁলোকৰ মনে বিচৰা কাম কৰিবলৈ দিব।
কাৰণ মন নোযোৱা সময়ত জোৰ দি পঢ়াবলৈ গলে কোনো কথাই মনত নাথাকিব।
. কোনো প্ৰতিযোগিতাত সফল হ’বই লাগিব বুলি জোৰ নিদিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme