1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:06 pm

শকত হ’বলৈ চেষ্টা কৰিও বিফল হৈছে নেকি , তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে!

  • Update Time : Friday, May 31, 2024

শকত হ’ব বিচাৰিছে কিন্তু বাৰে বাৰে বিফল হৈছে নেকি? শকত হ’বলৈ খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিছে, বহুলোকে বহুত খাই কিন্তু তথাপি শকত হ’ব নোৱাৰে৷ শকত হ’ব বিচৰা লোকসকলৰ বাবে কিছু উপায় তলত উল্লেখ কৰা হ’ল-
. ৰাতিপুৱা উঠি বাদাম, কিচমিচ খাওঁক৷ ওজন বঢ়োৱাৰ বাবে ৰাতি শোৱাৰ সময়ত বাদাম আৰু কিচিমিচ ভিজাই ৰাখক আৰু পুৱা উঠি খাওঁক৷
. ওজন বঢ়াবলৈ ভিন্ন শাক, ফল-মূল খাওঁক৷
. স্বাভাৱিকতে যিমান খাই তাতকৈ এভাগ খোৱাৰ পৰিমাণ বঢ়াব লাগিব৷
. বহুতে ভাৱে যে বাৰে বাৰে খালে ওজন বাঢ়ে, কিন্তু নহয় ওজন বঢ়াবলৈ অলপ অলপ কৰি বাৰে বাৰে খালেহে ওজন বাঢ়ে৷
. ওজন বঢ়াবলৈ জিম যোৱাৰ অভ্যাস কৰিব পাৰে৷
. অধিকাংশ মানুহেই ভাতৰ ফেন পেলাই দিয়ে, কিন্তু ওজন বঢ়াবলৈ মাৰ ভাত খোৱাটো খুব ভাল৷
. ৰাতি শুৱাৰ পূৰ্বে গাখীৰৰ সৈতে মৌ মিহলাই খাওঁক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme