1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 25, 2025, 8:02 am
Trending:
যেতিয়া কাশ্মীৰৰ ৩০০ৰো অধিক হিন্দু পুৰুষ-মহিলাক ধৰ্মৰ পৰিচয় সুধি সুধি কৰা হৈছিল হত্যা…. Beep beep Kasyno – Twoje najlepsze miejsce do kasyna i doskonałości bukmacherskiej Wazamba – Ο κορυφαίος προορισμός σας για καζίνο και αριστεία στοιχημάτων অতিমাত্ৰাত বৃদ্ধি পাইছে সোণৰ মূল্য বৃদ্ধি হ’ব সন্মান লাভ কৰিব সু-সংবাদ, মাত্ৰ তিনিটা দিনৰ ভিতৰতে ভাগ্য উজ্জ্বলিব এই ৰাশিৰ লোকৰ Требования регистрации в онлайн казино с плюшками Каким образом взять бесплатные спины в виртуальном казино с бонусами অতি সহজ উপায়েৰে দেৱ-দেৱীসকলক কৰক সন্তুষ্ট, জানি লওঁক এইকেইটা বিশেষ নিয়ম বতাহৰ দিনত শুকান হৈ পৰা আপোনাৰ চুলিখিনি কিদৰে ৰক্ষা কৰিব জানি লওঁক ইয়াৰ টিপছ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তথা নিজৰ শৰীৰটোক ফিট কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই বিশেষ তিনিবিধ পানীয়

শকত কণমানিক ক্ষীণ কৰোৱাবলৈ ট্ৰেড মিলত দৌৰাই দৌৰাই সন্তানক কৰিলে হত্যা

  • Update Time : Friday, May 3, 2024

যি সন্তানৰ বাবে নিজৰ পিতৃ-মাতৃয়ে দিন ৰাতি একাকাৰ কৰে, সেই সন্তানকেই পাষাণ পিতৃয়ে কৰিলে নিষ্ঠুৰভাৱে হত্যা। খবৰ অনুসৰি, নিজৰ ৬ বছৰীয়া সন্তানক ক্ষীণাবলৈ ট্ৰেড মিলত একেৰাহে দৌৰিবলৈ দিছিল পাষাণ পিতৃয়ে। প্ৰায় ৩ ঘণ্টা পৰ্যন্ত দৌৰাৰ পিছত দৌৰি থকা অৱস্থাতে ৬ বছৰীয়া সন্তানটিৰ মৃত্যু হয়। এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে।
তুলনামূলকভাৱে শকত হোৱাৰ বাবেই ৬ বছৰীয়া পুত্ৰক ট্ৰেড মিলত দৌৰিবলৈ বাধ্য কৰাইছে নিষ্ঠুৰ পিতৃজনে। ওজন কমাবলৈ তীব্ৰবেগী ট্ৰেডমিলত দৌৰিবলৈ বাধ্য কৰোৱা হৈছিল নিস্পাপ শিশুটিক। খবৰ অনুসৰি অভিযুক্ত পাষাণ পিতৃজন আমেৰিকাৰ নিউ জাৰ্চিৰ ষ্টোফাৰ গ্ৰেগৰ। নিজৰ ৬ বছৰীয়া পুত্র ক’ৰি মিচিঅ’লোকক এনে নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰা পাষাণ পিতৃ নিউ জাৰ্চিৰ ষ্টোফাৰ গ্ৰেগৰ এই কাণ্ডক লৈ বৰ্তমান বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme