1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:51 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

ল’ৰালিৰ সেই সময় উভটি আহিব নে আকৌ!

  • Update Time : Sunday, June 2, 2024

ল’ৰালি কাল বুলিলেই মনলৈ অহা এখন সুন্দৰ প্ৰতিচ্ছবি বুলি ক’লেই কি আহে বাৰু মনলৈ? খেলা-ধুলা কৰা, নাচি-বাগি হাঁহি ধেমালি কৰা, সমনীয়াৰ সৈতে ফুৰিবলৈ যোৱা, সময় অতিবাহিত কৰা সকলোবোৰে মনত পেলায় ল’ৰালিৰ সেই দিনলৈ৷ ল’ৰালি বুলিলেই পিছে মনত পৰা আন এক দৃশ্য কি জানেন? এই যে ৰংমন, সফুঁৰা পঢ়াৰ সময়খিনি, বন্ধুৰ সৈতে কথা পাতি ৰংমন, সফুঁৰাৰ আমেজ লোৱা দিনবোৰে মনত পেলায় ল’ৰালি কাললৈ৷ ল’ৰালিলৈ মনত পেলোৱা সেই বিশেষ গীতটো মনত আছেনে?
‘ মনলে উভটি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি’
ৰংমনৰ কাহিনীবোৰত আমোদ লাভ নকৰা হয়তো খুব কমেই ওলাব হয়তো নুলাবই৷ এতিয়া যে সেই সময়বোৰলৈ উভটি যাবৰ মন গ’লেও উভটি যাব নোৱাৰোঁ৷ কোনোবাখিনিত যেন হেৰুৱাই পেলালোঁ সেই সোণালী সময়খিনিক ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme