1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:27 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

লিচু খাই তাৰ বাকলি পেলাই দিয়ে নেকি, এতিয়াৰে পৰা পেলাই নিদিব কাৰণ ই ছালৰ বাবে উপকাৰী!

  • Update Time : Sunday, June 9, 2024

লিচুৰ নাম শুনিলেই মানুহৰ মুখত পানী অহাটো স্বাভাৱিক৷ লিচু খাই আমি বাকলিটো পেলাই দিওঁ৷ কিন্তু আপুনি জানেনে লিচুৰ বাকলিৰ গুণাগুণ সম্পৰ্কে,
. লিচুৰ বাকলিৰ সহায়ত মুখৰ মৰা ছাল আঁতৰাব পাৰিব৷ ইয়াৰ বাবে আপুনি প্ৰথমে বাকলিবোৰ শুকুৱাই লওঁক আৰু তাৰ পিছত পিহি লওঁক৷
এতিয়া তাত এলভেৰা, গোলাপ জল, চাউলৰ গুৰি মিহলাই পেষ্ট বনাই মুখত লগাওক তাৰ পিছত লাহেকৈ মুখখন স্ক্ৰাব কৰি ১৫মিনিট মান পিছত
মুখখন ধুই পেলাওক৷
. লিচু বাকলিখিনি পিহি তাত নাৰিকল তেল, হালধী, বেকিং চ’ডা, নেমুৰ ৰস মিহলাই পেষ্ট প্ৰস্তুত কৰি ডিঙিৰ চাৰিওফালে থকা কলা অংশত লগাওক৷
. লিচুৰ বাকলিৰ সহায়ত ভৰিৰ গোৰোহাৰ মলি পৰিষ্কাৰ কৰিব পাৰি৷ এই বাকলি পিহি লৈ তাত ভিনেগাৰ, বেকিং চ’ডা , মুলতানি মিট্টি মিহলাই গোৰোহাত লগাই ৰাখক৷ শুকুৱাৰ পিছত গোৰোহাটো পৰিষ্কাৰ কৰক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme