1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:57 am

লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিব আপোনাক এইবিধ Energy Drinkয়ে!

  • Update Time : Monday, May 27, 2024

এবিধ Energy Drink, যিবিধ বৰ্তমান সময়ত প্ৰায় সকলোৰে প্ৰিয় পানীয়। প্ৰচণ্ড গৰমত আৰু দেহত ভাগৰে থিতাপি ললেই সহজতে প্ৰায়েই এইবিধ পানীয় পান কৰে। কিন্তু জানেনে , এইবিধ পানীয়ই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে কাল অমানিশা। আপুনি আৰু আপোনাৰ সন্তানেও ভাগৰত Sting Energy Drink পান কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰে
পৰা সাৱধান হওঁক আপুনিও। এইবিধ পানীয়ই মৃত্যুৰ মুখত পেলাব আপোনাক। এনেধৰণৰ পানীয় ৰঙীন কৰিবলৈ ইয়াত কৃত্ৰিম ৰং যোগ দিয়া হয়, যিবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক। গতিকে সাৱধান হওঁক সকলো, Sting Energy Drink পান কৰাৰ পৰা বিৰত থাকক আৰু সুস্থ হৈ থাকক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme