1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 5:03 pm
Trending:
কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায় কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে AI ৰবটে?

লতাজীক বিদায় বেলাত স্মৰণ… হাতত কিয় ৰিভলভাৰো তুলি লৈছিল সুৰ সাম্ৰাজ্ঞী লতা মংগেশকাৰে?

  • Update Time : Sunday, February 6, 2022

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা জীৱন নাট সামৰি গুচি গ’ল সুৰ সাম্ৰাজ্ঞী লতা মংগেশকাৰ৷ লতাজীৰ মৃত্যুৰ লগে লগেই অনুৰাগীসকলে বিভিন্ন ধৰণেৰে সোঁৱৰিছে লতাজীক৷ কোনোৱে গীতেৰে যদি আন কোনোৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে লতাজীৰ স্মৰণীয় কিছু আলোকচিত্ৰ৷ জীৱনৰ বিভিন্ন ক্ষণত ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী লতাজীৰ ছবিসমূহে আৱেগিক কৰি তুলিছে অনুৰাগীসকলক৷ ছবিসমূহৰ মাজতেই লতাজীৰ এখন বিশেষ ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ ফটোখনত লতাজীৰ হাতত দেখা গৈছে এটা ৰিভলভাৰ৷ কিন্তু কিয় ৰিভলভাৰ হাতত তুলি লৈছিল সংগীত সাম্ৰাজ্ঞীগৰাকীয়ে সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে বহুতৰে মনত৷

লতাজীৰ এই বিশেষ ফটোখন মুম্বাইৰ এটা ষ্টুডিঅৰ৷ য’ত চিআইডি নামৰ ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ কৰা হয়৷ দৃশ্যগ্ৰহনৰ বাবে সাঁজু হোৱা এছপিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ সৈতে ধেমালীৰ মাজতে এক মুহূৰ্তৰ বাবে লতাজীলৈ লৈছিল ৰিভলভাৰটো৷ ৰিভলভাৰ হাতত লোৱা এই বিশেষ পটো লগে লগেই বন্দী হৈছিল ফটোগ্ৰাফাৰৰ কেমেৰাত৷ লতাজীৰ মৃত্যুৰ খৱৰে ব্যথিত কৰাৰ সময়তে সেই ফটোখনে এতিয়া চৰ্চা লাভ কৰিছে দেশবাসীৰ মনত৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme