1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 2:47 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

যৌন অভিসাৰৰ পূৰ্বে প্রকাশ নোহোৱা কাহিনী, আদালতত বিস্ফোৰক ষ্টর্মি

  • Update Time : Thursday, May 9, 2024

আমেৰিকাৰ ৰাজনীতিত খলকণিৰ সৃষ্টি কৰিছে এগৰাকী পৰ্ণ তাৰকাই৷ নহ’বনো কিয় আমেৰিকাৰ ৰিপাব্লিকান পাৰ্টীৰ অন্যতম নেতা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বিগত কিছু মাহৰ পৰা আমেৰিকান পৰ্ণ তাৰকা ষ্টর্মি ডেনিয়েলছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে এটাৰ পিচত আন এটা গুৰুতৰ অভিযোগ৷ শেহতীয়াকৈ পৰ্ণ তাৰকা ষ্টর্মিয়ে যৌন অভিসাৰৰ পূৰ্বে প্রকাশ নোহোৱা কাহিনী সদৰি কৰি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে আদালতত বিস্ফোৰক মন্তব্য দিয়ে৷
ষ্টৰ্মিক দেখিলে হেনো নিজৰ মাতৃৰ কথা মনত পৰে ড’নাল্ড ট্রাম্পৰ। প্রথম দিনাৰ বাৰ্তালাপত পর্ণতাৰকা ষ্টর্মি ডেনিয়েলছক এই কথা জনাইছিল আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে। বুধবাৰে নিউয়র্কৰ আদালতত ষ্টৰ্মিয়ে ট্রাম্পৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য আগবঢ়াই। ট্রাম্পৰ সৈতে নিজৰ যৌন অভিসাৰৰ বিস্তাৰিত বর্ণনাও কৰে ষ্টর্মি ডেনিয়েলছে। উল্লেখনীয় যে ট্রাম্পৰ উপস্থিতিত বুধবাৰে নিউয়ৰ্কৰ আদালতত ষ্টর্মি ডেনিয়েলছে এই মন্তব্য কৰাৰ সময়ত ট্রাম্পক বাবে বাবে মুৰ তল কৰা আৰু মুখেৰে কিবা কটুবাক্য কোৱা দেখিবলৈ পোৱা গৈছিল। বিচাৰক জুবান মাচানৰ সন্মুখত ষ্টর্মিয়ে কয়- ‘মই যেতিয়া বাথৰুমৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া দেখিবলৈ পালো ট্রাম্পক মোৰ বেডৰুমত। ট্রাম্পৰ উদ্দেশ্য মই স্পষ্টভাৱে বুজি উঠিছিলোঁ। কাৰণ ট্রাম্পে অন্তর্বাস পর্যন্ত খুলি ৰাখি বিছনাৰ একাষত মোৰ বাবে অপেক্ষা কৰিছিল।’ ষ্টর্মি ডেনিয়েলছৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ লগে লগে আদালত কক্ষত মৌনতাই বিৰাজ কৰে। উল্লেখনীয় যে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে কেনেদৰে ডেনিয়েলছৰ সৈতে যৌন সম্পর্ক গঢ়ি তুলিছিল তাক সবিস্তাৰে পৰ্ণতাৰকাগৰাকীয়ে আদালতত বর্ণনা কৰে। অতি মুকলিকৈ ডেনিয়েলছে এই কথাবোৰ কৈ থকা সময়ত ট্রাম্পৰ অধিবক্তাই বাৰে বাৰে পৰ্ণতাৰকাগৰাকীক মনে মনে থাকিবলৈ আহ্বান জনায়। ট্রাম্প অস্বস্তিত ভোগা বিষয়টো বুধবাৰে প্রত্যক্ষ কবে বিচাৰকে। স্মর্তব্য যে ষ্টর্মি ডেনিয়েলছে অনা অভিযোগ বাৰে বাৰে অগ্রাহ্য কৰি আহিছে যদিও আদালতত বাৰে বাৰে বিব্রত হৈ পৰে ট্রাম্প।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme