1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:25 am

যোৰহাট মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা, টকা বিচাৰি গুদামৰ কৰ্মচাৰীয়ে

  • Update Time : Thursday, June 13, 2024

ফল-মূলৰ গুদামত যুৱকক প্ৰচণ্ড মাৰপিতৰ ঘটনা বন্দী চি চি টিভিত কেমেৰাত।
যোৰহাট নগৰৰ মাজ মজিয়াৰ এটা ফল-মূলৰ গুদামৰ ভিতৰত এজন যুৱকক প্ৰচণ্ড মাৰপিত কৰে চাৰি পাঁচজনীয়া এটা দলে। নগৰৰ ষ্টেট বেংকৰ সমীপৰ এটা গুদামৰ পৰা ফল-মূল আনিবলৈ যোৱা সন্তোষ ৰজক নামৰ যুৱক জনক পূৰ্বৰ পাবলৈ থকা ১৭০০ টকা বিচাৰে। তেতিয়া যুৱক জনে সেই টকা পাঁচশ কৈ দি যাব বুলি কয় যদিও “বিশাল ফল মূলৰ গুদামৰ” চাৰি পাঁচ জনীয়া কৰ্মচাৰীয়ে প্ৰচণ্ড মাৰপিত কৰে। পাছত যুৱক জনে দৌৰি পলাই নিজকে ৰক্ষা কৰে। মুৰ কঁকাল আদিত আঘাত পোৱা যুৱক জনে যোৰহাট থানাত এজাহাৰ দাখিল কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme