1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:18 am

যুৱতীসকলক লৈ ডাঙৰ ঘোষণা বাজেটত

  • Update Time : Monday, February 12, 2024

অসম বিধানসভাত দাখিল ২০২৪-২৫ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে বাজেট। ২০২৪-২৫ বৰ্ষৰ বাজেটত গ্ৰহণ বহু জনমূখী আঁচনি।ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ঘোষণা। আঁচনিখনে ১০লাখ ছাত্ৰীক সামৰি ল’ব। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে ধার্য ২৪০ কোটি টকা। একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰীক ১০হাজাৰ। স্নাতক শ্ৰেণীৰ বাবে ১২৫০০ আৰু স্নাতকোত্তৰ ছাত্ৰীৰ বাবে ১৫হাজাৰ টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme