1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:09 am

যদিহে আপোনাৰ সঘনাই ডিঙি শুকাই তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে!

  • Update Time : Friday, August 2, 2024

সাধাৰণ অৰ্থত ৰাতি শোৱাৰ পাছত সাৰ পালে পানীৰ পিয়াহ লগাটো স্বাভাৱিক কিন্তু শুই যোৱাৰ পাছত সঘনাই ডিঙি শুকাই যোৱা যেন অনুভৱ হ’লে গুৰুত্ব দিয়াটো প্ৰয়োজন।
যদিহে আপোনাৰ সঘনাই ডিঙি শুকাই, তেন্তে ইয়াক গুৰুত্ব নিদিয়াকৈ নাথাকিব। ই কোনো ৰোগৰ ইংগিত হ’ব পাৰে।

১. বহু সময়ত মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ বাবে ঔষধ সেৱন কৰে। বহু দিন ধৰি ঔষধ সেৱন কৰি থাকিলেও নিশা শোৱাৰ পাছত বা টোপনিৰ পৰা সাৰ পালেই ডিঙি শকাই যোৱাটো স্বাভাৱিক। শীতকালত এনেদৰে ডিঙি শুকাই যোৱা অনুভৱটো বেছি হয়।

২. বহু মানুহে টোপনিত নাকৰ সলনি মুখেৰে উশাহ লয়, সেইবাৰে তেওঁলোকৰ ডিঙি শুকাই যাব পাৰে।

৩. ডায়েবেটিছজনিত ৰোগত ভুগিলেও ডিঙি শুকাই যোৱা যেন অনুভৱ হয়। টোপনিৰ মাজতে মুখ শুকাই যায়, তেতিয়া তৎক্ষণাত চিকিৎসকৰ ওচৰ চাপিব লাগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme