1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:48 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

মেকআপ কেনেকৈ আঁতৰালে ভাল হৈ থাকিব আপোনাৰ ছাল?

  • Update Time : Sunday, June 9, 2024

নিজকে সুন্দৰ তথা আকৰ্ষণীয় কৰি ৰখাতো সকলোৱে বিচাৰে৷ প্ৰতিগৰাকী নাৰীয়েই বিচাৰে আনৰ ওচৰত নিজৰ প্ৰশংসা পাবলৈ৷ যাৰ বাবে একাংশই যধে-মধে ব্যৱহাৰ কৰে ভিন্ন ৰাসায়নিক দ্ৰব্য মিহলি প্ৰসাধন৷ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ গৈ বহু সময়ত হিতে বিপৰীতহে হোৱা দেখা যায় অধিকাংশৰ ক্ষেত্ৰত৷ প্ৰায়ে যিকোনো অনুষ্ঠানত মহিলাসকলে ব্যৱহাৰ কৰে মেকআপ৷ কিন্তু এই মেকআপ ব্যৱহাৰ সঘনাই কৰি থাকিলে ছাল বেয়া হ’ব পাৰে৷ মেকআপ সঠিকভাৱে ব্যৱহাৰ কৰিলে তেনে কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল মেকআপ ব্যৱহাৰ কৰাৰ পিছত ইয়াক আঁতৰাব লাগে ৷ নহ’লে ক্ষতি হোৱাৰ সম্ভাৱনা বেছি থাকে৷ মেকআপ লগোৱাৰ পিছত সকলোৱে ভিন্ন উপায়েৰে মেকআপ আঁতৰাই কিন্তু মেকআপ আঁতৰাওতে হওঁক সাৱধান অন্যথা আপোনাৰ ছালত দেখা দিব ভিন্ন সমস্যাই৷
. মেকআপ আঁতৰোৱাৰ আগতে তেলযুক্ত ক্ৰীম, নাৰিকল তেল নাইবা বাদাম তেলেৰে কিছুসময় ছালখন মালিচ কৰক৷ যাৰ ফলত সহজে মেকআপ আঁতৰাব পাৰি৷
. ১-২ মিনিটৰ বাবে তেল মালিচ কৰাৰ পিছত মেকআপৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি Rose Water, এল’ভেৰা(Aloe Vera) বা আন যিকোনো সামগ্ৰী ব্যৱহাৰ কৰক ৷ তাৰ পাচত কপাহ বা অন্য কোমল সামগ্ৰীৰে পৰিষ্কাৰ কৰক মেকআপ।
. সম্পূৰ্ণ মেকআপ আঁতৰ কৰাৰ পাছত ফেচৱাচ বা চাবোন লগাই ঠাণ্ডা পানীৰে ভালকৈ মুখখন চাফা কৰক৷
. তাৰ পিছত মুখখনত ক্ৰীম বা Rose Water লগাওঁক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme