1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:46 am

মৃত জোনমণি ৰাভাৰ প্ৰৱঞ্চক প্ৰেমিক ৰাণা প’গাগক জেললৈ প্ৰেৰণ

  • Update Time : Wednesday, May 22, 2024

মৃত জোনমণি ৰাভাৰ প্ৰৱঞ্চক প্ৰেমিক ৰাণা প’গাগক গ্ৰেপ্তাৰ। নগাঁৱৰ সংবাদদাতা পৰিস্মিতা শইকীয়াই প্ৰেৰণ কৰা খবৰ অনুসৰি,
সত্ৰ ন্যায়াধীশ প্ৰাৰ্থনা নেওগৰ নিৰ্দেশত, আদালতক অৱমাননা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৰাণা প’গাগক। গ্ৰেপ্তাৰৰ পিচতেই নগাঁও জিলা কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে প্ৰৱঞ্চক ৰাণা প’গাগক। উল্লেখ্য যে ৰাণাৰ বিৰুদ্ধে গোচৰ চলি আছিল নগাঁও সত্ৰ ন্যায়াধীশ আদালতত। দীৰ্ঘদিনে আদালতৰ নিৰ্দেশ অমান্য কৰি অনুপস্থিত আছিল ৰাণা প’গাগ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme