1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:02 pm

মুখৰ আগত ভাল হৈ আনৰ আগত আপোনাৰ বদনাম গোৱা মানুহতকৈ শত্ৰুৱেই ভাল!

  • Update Time : Thursday, May 30, 2024

কিছুমান মানুহ আছে এই পৃথিৱীত, যিয়ে আপোনাৰ সম্মুখত ভাল হৈ দেখাব, হাহিঁব, মাতিব কিন্তু কথা এইটোৱেই যে সেই ঠাইৰ পৰা আপুনি আঁতৰি যোৱাৰ লগে লগেই আপোনাৰেই বদনাম গাব অন্য কাৰোবাৰ আগত৷ এই পৃথিৱীত আপোনাৰ মাতৃ-পিতৃৰ বাহিৰে অন্য কোনো ব্যক্তিয়েই আপোনাৰ প্ৰিয় হ’ব নোৱাৰে৷ আপুনি লাগিলে তেওঁলোকক যিমানেই ভাল নাপাওঁক, ভালকৈ কথা নাপাতক কিয় আপোনাৰ বদনাম গোৱাটো ১০০% ই সত্য৷ হিংসা, অন্যায় এইবোৰৰ মাজতেই যেন থাকি ভাল পায় তেওঁলোকে৷ সাঁপ হৈ খুটিঁ বেজ হৈ জৰা ফুকা কৰা মানুহৰ অভাৱ নাই এই পৃথিৱীত৷ গতিকে আজিৰ যুগত আনক গুৰুত্ব দিয়াতকৈ নিজক গুৰুত্ব দিয়ক, মা-দেউতাৰ কথা গুৰুত্ব দিয়ক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme