1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:15 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

মুকেশ আম্বানী আৰু কিং খানে একলগে কি খালে. যাৰ বাবে নেটিজেনৰ মাজত ইমান চৰ্চা!

  • Update Time : Thursday, June 13, 2024

মুকেশ আম্বানী আৰু কিং খানে একেলগে কি খোৱাক লৈ চলিছে নেটিজেনৰ মাজত ব্যাপক চৰ্চা। নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত মুকেশ আম্বানী আৰু শ্বাহৰুখ খানক ORS পান কৰা দেখা গৈছিল আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। আম্বানী আৰু কিং খানে দুয়ো একেলগে বহি খাইছে ৩০টকীয়া ORS । তাকে লৈ বৰ্তমান চলিছে তুমুল চৰ্চা। হাঁহি ধেমালিৰে বহুজনে কৈছে এয়া আকৌ কি দেখিছোঁ কিং খান আৰু আম্বানীয়েও ORS খাইনে? কোনোৱে লিখিছে আম্বানীয়েও ৩০টকীয়া ORS খায়। কিছুৱে দিছে আকৌ ৱাহ মোৰো মন যায় ORS খাব পৰাকৈ ডাঙৰ হ’বলৈ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme