1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:39 am

মুকলি আকাশৰ তললৈ বিধায়ক শ্বেৰমান আলী

  • Update Time : Tuesday, December 7, 2021

ডিজিটেল ডেস্কঃ মুকলি আকাশৰ তললৈ শ্বেৰমান আলী। জাতীয় শ্বহীদক অপমানসূচক মন্তব্য কৰি আটক হৈছিল শ্বেৰমান। সোমবাৰে শ্বেৰমানৰ বিৰুদ্ধে থকা তিনিওটা গোচৰত জামিন প্ৰদান কৰে চিজেএম আদালতে।

সময়ত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবেই আদালতে জামিন প্ৰদান কৰে বাঘবৰৰ বিধায়ক শ্বেৰমানক। আদালতে জামিন প্ৰদান কৰাৰ পিছতেই মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছিল শ্বেৰমানৰ।
উল্লেখ্য যে, মঙ্গলবাৰে মুকলি আকাশৰ তললৈ আহিব শ্বেৰমান। শ্বেৰমান আলীয়ে তেওঁৰ বিৰুদ্ধে থকা অন্য দুটা গোচৰত পূৰ্বেই লাভ কৰিছিল জামিন।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme