1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:32 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

মাত্ৰ ৩৬ বছৰ বয়সতেই সুন্দৰী পৰ্ণতাৰকা কাগ্নীৰ চৰম সিদ্ধান্ত,

  • Update Time : Tuesday, February 20, 2024

বৰ্তমান ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাগ্নী লিন কাৰ্টাৰৰ আত্মহত্যাৰ খবৰ৷ মাত্ৰ ৩৬ বছৰ বয়সতেই চৰম সিদ্ধান্ত বাচি লোৱা কাগ্নী লিনৰ নিথৰ দেহ অভিনেত্ৰীগৰাকীৰ ইটালীস্থিত বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে৷ ২০০০ চনৰ পৰা কাগ্নীয়ে প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত সক্ৰিয় আছিল।কাগ্নীয়ে প্ৰথমে পোল ডান্সিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত কাগ্নীয়ে লছ এঞ্জেলছলৈ যায় আৰু তাতেই প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰা আৰম্ভ কৰে৷ একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মানসিক চাপৰ বাবেই কাগ্নীয়ে চৰম সিদ্ধান্ত লোৱাৰ বুলি সদৰি কৰা হৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme