1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 10:48 pm
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

মাত্ৰ কেইটামান ঘৰুৱা সামগ্ৰীৰে লাভ কৰক উজ্বল ছাল!

  • Update Time : Sunday, July 28, 2024

উজ্বল ছালৰ অধিকাৰী হবলৈ কাৰ মন নাযায়? প্ৰতিগাৰকী বিশেষকৈ ছোৱনালীসকলে এখন উজ্বল ছাল পাবৰ বাবে কি কি যে সামগ্ৰী ব্যৱহাৰ নকৰে!
পিছে কিছুৱে যদি সেই সামগ্ৰীৰ পৰা লাভৱান হয়, কিছুৱে আকৌ নহয়। এই ধৰক আপুনি কৰবালৈ যাবলৈ লৈছে বা বিয়া খাবলৈ যায় কিন্তু তাৰ বাবে
আপুনি নিজক ধুনীয়াকৈ সজাই তুলিবলৈ লাগে এখন ধুনীয়া, উজ্বল ছাল। তাৰ বাবে আপুনি এতিয়াৰে পৰা কৰিব নালাগে কোনোধৰণৰ চিন্তা, কাৰণ
আমি লৈ আহিছোঁ আপোনাৰ বাবে এক সহজ উপায়,

. প্ৰথমেই বেচন অকণমাণৰ সৈতে অলপ হালধী মিহলাই তাত অকণমাণ মৌজোল আৰু পানী মিহলাই মুখত ভালদৰে লগাওঁক আৰু দুইমিনিটৰ পিছত
মুখখন ভালদৰে ধুই পেলাওঁক দেখিব দুই মিনিটতে আপোনাৰ ছাল খন উজ্বল হৈ পৰিছে।
. মুল্টানি মিট্টিৰ সৈতে অলপ গাখীৰ মিহলাই ভালদৰে মুখখনত লগাই দুই মিনিটৰ পিছত ধুই পেলাওঁক। চাব দুই মিনিটতে আপোনাৰ মুখখন উজ্বল হৈ পৰিব।
. যদিহে ঘৰত পকা চেনি কল আছে তেন্তে কলটো মুখত সানি দুই মিনিটৰ পিছত ধুই লাভ কৰক উজ্বল ছাল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme