সু-স্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। নিশা ভালকৈ শুলে গা-মন দুয়োটাই সজীৱ হৈ থাকে। পিছে বহু লোকে নিশা শুবলৈ চেষ্টা কৰিলেও শুব নোৱাৰে তেনে ক্ষেত্ৰত কি কৰিব?
. যদি আপুনি ভালদৰে টোপনি যাব বিচাৰে, তেন্তে শুবলৈ যোৱাৰ আগতে কুহুমীয়া পানীৰে গা-ধুই লোৱাৰ অভ্যাস গঢ়ি তোলক। এই অভ্যাসে ভালদৰে টোপনি আনিব৷
. ধ্যান হৈছে যোগাভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ। ধ্যান কৰা অভ্যাসে সোনকালে টোপনি যোৱাত সহায় কৰিব৷
. ৰাতি পৰাপক্ষত চাহ নাখাব৷ ৰাতি চাহ খালে টোপনি অহাত অসুবিধা হয়৷