1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:05 am

মাতৃ হ’ল মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া

  • Update Time : Monday, December 23, 2024

অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ঘৰলৈ আগমন লখিমীৰ, কন্যা সন্তানৰ মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰীগৰাকী। মহানগৰীৰ এখন ব্যক্তিগত হাস্পাতালত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই জন্ম দিয়ে এটি মৰমলগা কন্যা সন্তানক। এই খবৰ প্ৰকাশ হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল উত্ফুল্লিত হৈ উঠিছে। শেহতীয়াকৈ জনপ্ৰিয় ছবি যৌৱনে আমনি কৰে চিকুৱেলৰ নিৰ্মাণত ব্যস্ত হৈ আছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme