1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 20, 2025, 3:24 am
Trending:
Site Oficial De Cassino Online At The Apostas No Brasil সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে ওলাই আহিছে শিৱসাগৰৰ ভংগীমা কলা কেন্দ্ৰ শাওন মাহত কৰক তুলসী গছৰ লগত জড়িত এই বিশেষ বিধানটি, সৌভাগ্যৰ দুৱাৰ মুকলি হ’ব আপোনাৰ বাবে O Crescimento Do Cassino Online Tron: Uma Nova Idade No Jogos de Azar Online Page Not Found İddaa Siteleri Checking Out Cardano Gambling Enterprises: The Future of Blockchain Gaming Litecoin Gambling Establishment: A Comprehensive Guide to Crypto Gaming আপোনাৰো স্মাৰ্টফোনত লগাতকৈ বেছি এপ আছে নেকি তেন্তে হওঁক সাৱধান অন্যথা বিপদত পৰিব আপুনি Site Oficial De Cassino Online At The Apostas No Brasil ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

মদাহী মডেল ৰাজকন্যাই মহতিওৱা শ্ৰমিক যোছেফে অৱশেষত হাৰ মানিলে মৃত্যুৰে

  • Update Time : Wednesday, November 10, 2021

ডিজিটেল ডেস্কঃ এটা পথ ভয়ংকৰ দূৰ্ঘটনা৷ গুৱাহাটীৰ ৰাজপথত মদাহী মডেল ৰাজকন্যা বৰুৱাই মহতিয়াই নিছিল ৮ গৰাকীকৈ লোকক৷ ১ অক্টোবৰৰ নিশা ১ বজাত সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাত দুখনকৈ ভৰি হেৰুৱাইছিল যোছেফ মাৰাক নামৰ এজন শ্ৰমিকেও৷ ভৰি হেৰুওৱা শ্ৰমিক গৰাকীক তৎকালীনভাৱে জিএমছিএইছত ভৰ্তি কৰোৱা হয়৷ জিএমছিএইছত পূৰ্ণগতিত চলিছিল মাৰাকৰ চিকিৎসা৷ শেহতীয়াভাৱে চিকিৎসকসকলে মাৰাকক দুখন কৃত্ৰিম ভৰি লগোৱাৰো যো-জা কৰাৰ সময়তে আজি পুৱা ১০ বজাত মৃত্যুৰ ওচৰত হাৰ মানিলে যোচেফ মাৰাকে৷

জিএমচিএইছৰ অধীক্ষক অভিজিৎ শৰ্মাই যোচেফ মাৰাকৰ মৃত্যুৰ কথা সদৰি কৰি কয় যে, জোছেফৰ এখন ভৰি দুৰ্ঘটনাৰ সময়তে ছিঙি গৈছিল আৰু আনখন ভৰিও বেয়াধৰণে থেতেলা খোৱাৰ বাবেই কাটি পেলাব লগা হল৷ ২ অক্টোবৰত জিএমচিএইছত ভৰ্তি কৰোৱা যোছেফৰ বহুদিন বিচনাত পৰি থকা বাবে হাওঁফাওঁলৈ যোৱা ৰক্ত পৰিবাহী সিৰা বন্ধ হৈ পৰে লগতে সমগ্র শৰীৰত চেপ্তিক ফৰ্ম হোৱা বাবে মৃত্যু হৈছে বুলি জনাই অধীক্ষকগৰাকীয়ে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme