1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:25 am

মজিয়াত বহি খাদ্য গ্ৰহণ কৰিলে ভিন্ন ৰোগ দূৰ হোৱাৰ লগতে শৰীৰৰটো সুস্বাস্থ্যৱান হৈ থাকে!

  • Update Time : Tuesday, July 16, 2024

ডাইনিং টেবুল বা টেবুল-চকীত বহি খোৱাটো বৰ্তমান এটা ট্ৰেণ্ড হৈ পৰিছে৷ মাটিত বহি খাদ্য খোৱাটো যেন বহুতৰ বাবে লাজৰ কথা৷ পিছে জানেনে মাটিত বহি বা তলত বহি খাদ্য খালে আমাৰ শৰীৰৰ বহু উপকাৰ হয়৷

. মাটিত বহি খালে আমি এখন ভৰি আনখন ভৰিৰ ওপৰত ৰাখি যিদৰে বহি থাকোঁ সেয়া হৈছে পদ্মাসনৰ ভংগীমা৷ এই আসনৰ জৰিয়তে মানসিক চাপ দূৰ কৰে৷
. মজিয়াত বহি খালে শৰীৰৰ ভংগীমা ভাল হয় আৰু ভিন্ন সমস্যা দূৰ হয়৷ এইদৰে বহি খালে মেৰুদম্ডৰ তলৰ অংশত মানসিক চাপ পৰে, আপোনাৰ উশাহ-নিশাহৰ হাৰ নিয়ন্ত্ৰণ হয়, ৰক্তচাপ হ্ৰাস পায়৷
. মাটিত বহি খালে তেজৰ সঞ্চালন উন্নত হয় আৰু শিৰাৰ টানও আঁতৰ হয়৷ ইয়াৰ ফলত হৃদযন্ত্ৰৰ চাপ কমে আৰু হৃদযন্ত্ৰ অধিক শক্তিশালী হয়৷
. মজিয়াত বহি খালে পেট, কঁকালৰ পেসীবোৰ টানি যায়, যাৰ ফলত বিষসমূহৰ পৰা উপশম পায়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme