1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:29 am

ভৱানীপুৰত অভিলেখ সৃষ্টি কৰি ফণী তালুকদাৰৰ জয়

  • Update Time : Tuesday, November 2, 2021

ভৱানীপুৰঃ অভিলেখ সৃষ্টি কৰি ভৱানীপুৰ সমষ্টিত বিজয় হাঁহি মাৰিলে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে। আজি ঘোষিত উপ-নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপি প্ৰাৰ্থীগৰাকীয়ে ২৫,০৩১ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয়। তালুকদাৰে লাভ কৰে মুঠ ৬৩, ৩৫৫ টা ভোট। বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ। সেইবাৰ তেওঁ লাভ কৰিছিল ৫৫,৯৭৫টা ভোট। উক্ত নিৰ্বাচনত তালুকদাৰৰ জয়ৰ ব্যৱধান আছিল মাত্ৰ ৩,২২৭ টা ভোট। কিন্তু বিজেপিত যোগ দি এইবাৰ পূৰ্বতকৈ ৮ গুণ অধিক ভোটত জয়লাভ কৰে ফণী তালুকদাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme