1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:49 am

ভোক নলগা যেন অনুভৱেও কৰিব পাৰে লিভাৰৰ ক্ষতি!

  • Update Time : Sunday, August 25, 2024

লিভাৰত প্ৰভাৱ পৰিব পৰাকৈ কোনো কাম কৰিব নালাগে। লিভাৰ ক্ষতিৰ এক অন্যতম কাৰণ হ’ল মদ্যপান। লিভাৰ ক্ষতি হোৱাৰ বহু প্ৰাৰম্ভিক কাৰণ যেনে,

. ভোক নলগা, এনে অনুভৱে লিভাৰৰ ক্ষতি কৰিব পাৰে।
. অনবৰতে ভাগৰুৱা যেন অনুভৱ।
. মুখৰ দুৰ্গন্ধ, বমি হোৱা এনে কাৰণত লিভাৰৰ ক্ষতি হ’ব পাৰে।
. অত্যন্ত ঘামি থকা লক্ষণ দেখা দিলে জানিব লিভাৰৰ ক্ষতি হোৱাৰ কথা।
. চকু, চাল, প্ৰস্ৰাৱৰ ৰং সলনি হ’লে লিভাৰৰ ক্ষতি হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme