1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:28 am

ভূমিকম্প… ৭ বছৰীয়া বায়েকে বচালে কণমানি ভায়েকক!

  • Update Time : Wednesday, February 8, 2023

🔹মৃত্যু উপত্যকাতো চলে জীৱনৰ জয়গান! ৭.৮ প্ৰাৱল্যৰ ভূইকঁপে বিধ্বস্ত কৰি তোলা তুৰস্ক আৰু ছিৰিয়াৰ শেহতীয়া এখন ছবিয়ে আৱেগিক কৰি তুলিছে সকলোকে। এই ফটোখনত ধ্বংসস্তুপৰ মাজত দেখা গৈছে ছিৰিয়াৰ এহাল কণমানি ভাতৃ-ভগ্নীক। ১৭ ঘণ্টা ধৰি ধ্বংসস্তুপৰ মাজত আৱদ্ধ হৈয়ো এনেদৰে কণমানি ভাতৃৰ মূৰটো হাতৰ কিলাকূটিৰে খহি পৰা দেৱালৰ চেপাৰ পৰা বচাই ৰাখিলে ৭ বছৰীয়া বায়েকে। পৰৱৰ্তী সময়ক দুয়োকে জীৱন্তে উদ্ধাৰ ৰাষ্ট্ৰসংঘৰ উদ্ধাৰকাৰী দলৰ। এই ফটোখন টুইট কৰিছে ছিৰিয়াত থকা ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি মহম্মদ ছাফাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme