1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:34 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া শিক্ষকৰ বিষয়ে জানেনে?

  • Update Time : Wednesday, September 25, 2024

ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া শিক্ষক তেওঁ, নাম এডউইন জুকোভছ। লিংকনশ্বাৰৰ বষ্টনৰ এজন ১৭বছৰীয়া ছাত্ৰ ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া শিক্ষক। যিয়ে তেওঁতকৈ কেইবছৰমান সৰু ল’ৰা-ছোৱালীক পাঠদান কৰায়।
১৭বছৰীয়া এডউইন জুকোভছে স্থানীয় বিদ্যালয়ত ১০ৰ পৰা ১৩বছৰীয়া শিশুক সমাজ অধ্যয়ন পঢ়াই ১৭বছৰীয়া ছাত্ৰজনে । ১৮বছৰ নোহোৱাৰ বাবে তেওঁ অফিচিয়েল শিক্ষক হ’ব নোৱাৰে, গতিকে এতিয়াৰ বাবে তেওঁ ধন সংগ্ৰহ
কৰি ৰিপ’ৰ্ট প্ৰস্তুত কৰি আছে যিবোৰ পিছত ডিপ্লমাত যোগ হ’ব। তেওঁ সপ্তাহত প্ৰায় তিনি ঘণ্টা স্কুলত পাঠদান কৰে। এডউইনেও সপ্তাহত চাৰি ঘণ্টা টিউটৰ হিচাপে দৰমহা পায়, আন যুৱক-যুৱতীসকলক
১৭বছৰীয়া ছাত্ৰজনে গণিত আৰু ইংৰাজী বিষয় শিকায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme