1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 8:52 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

বেছিকৈ ফোনত কথা পাতি থাকিলে অশান্তি হ’ব পাৰে আনৰ!

  • Update Time : Sunday, June 2, 2024

আপুনি কাৰোবাৰ সৈতে কথা পাতি আছে, বা আপুনি কাৰোবাৰ ঘৰলৈ ফুুৰিবলৈ গৈছে তেনে অৱস্থাত যদি আপুনি আলহীৰ সৈতে কথা বতৰা নাপাতি কেৱল ফোনটেৰ সৈতে ব্যস্ত থাকে তেন্তে ভাল দেখিব জানো৷ এই ধৰক আপুনাৰ সম্মুখত কোনোবাই ফোনত কথা পাতি আছে আৰু আপোনাৰ কথা কোনো গুৰুত্ব প্ৰকাশ কৰা নাই তেন্তে আপোনাৰ বাৰু কেনে লাগিব? নিশ্চয় বেয়া লাগিব নহয়নে? গতিকে সদায় কাৰোবাৰ সৈতে কথা পাতি থকা অৱস্থাত ফোন চাই নাথাকিব বা ফোনত কথা পাতি নাথাকিব৷ এই ধৰণৰ অভ্যাসে আপোনাক কেতিয়াবা লাজত পেলাব৷ কোনোবাই আপোনাৰ সৈতে কোনো কথা আলোচনা কৰিব বিচাৰিছে কিন্তু আপুনি তেওঁৰ কথা গুৰুত্ব নিদি নিজৰ ফোনটো চাই আছে বা ফোনত কথা পাতি আছে তেনে অৱস্থাত তেওঁ হয়তো কষ্ট পাব৷ আৰু কেতিয়াবা যদি আপুনি তেনে অৱস্থাত কাৰোবাক কাষত বিচাৰে আৰু আপোনাৰ সৈতে তেনে ব্যৱহাৰ কৰে আপোনাৰ মনটো নিশ্চয় ভাঙি পৰিব৷ গতিকে সদায় কোনোবাই যদি আপোনাৰ সৈতে কথা পাতিব বিচাৰে তেন্তে ক্ষন্তেকৰ বাবে ফোনটো আতঁৰত থৈ তেওঁৰ কথা অলপ মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme