1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2024, 4:41 pm
Trending:
বিভিন্ন ৰোগৰ উপশম নেমু টেঙা চুলিকোচা দীঘল কৰিব বিচাৰিছে যদি অৱলম্বন কৰক এইসমূহ উপায়! শৰীৰত পটেছিয়ামৰ অভাৱত হ’ব পাৰে হৃদযন্ত্ৰৰ সমস্যা ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ ২শতাংশ বিজ্ঞানীৰ তালিকাত সন্নৱিষ্ট ছিপাঝাৰৰ যুৱকৰ নাম! এইসমূহ কথা গুৰুত্ব দিয়ক আৰু সময়ৰ সৈতে আগুৱাই যাওঁক! চাহৰ সলনি সেৱন কৰিবলৈ আৰম্ভ কৰক কফি, বাছি থাকিব বহু বেমাৰৰ পৰা নাকৰ খজুৱতিৰ পৰা কেনেকৈ সকাহ পাব? গীতেৰে, কথাৰে, সুৰেৰে সকলোৰে আজিও সকলোৰে হৃদয়ৰ সুকীয়া স্থানত থকা সন্ধ্যা মেননৰ আজি ওপজা দিন! কেতিয়াৰ পৰা আৰম্ভ হ’ব নৱৰাত্ৰি পূজা ২০ দিনৰ ভিতৰত দেৱগুৰু বৃহস্পতিয়ে সলনি কৰিব এইসকল লোকৰ জীৱন

বিভিন্ন ৰোগৰ উপশম নেমু টেঙা

  • Update Time : Sunday, September 22, 2024

১) পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।
২) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।
৩) চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।
৪) সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।
৫) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme