1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:23 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিভিন্ন সমস্যা ৰোধ কৰিবলৈ কেঁচা পিঁয়াজ সেৱন কৰক!

  • Update Time : Thursday, May 16, 2024

খাদ্য সামগ্ৰী হিচাপে পিঁয়াজ সুস্বাদু ব্যঞ্জন, আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। বহুতেই আকৌ পিঁয়াজ কেঁচাকৈ খাইহে বেছি ভাল পায়। অতীজৰে পৰা পিঁয়াজ বহু ৰোগৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে। পিঁয়াজৰ, বিশেষকৈ কেঁচা পিয়াজৰ প্ৰদাহ-প্ৰতিৰোধী, বেক্টেৰিয়া-ৰোধী, কৰ্কট ৰোধী, গুণাগুণ থাকে। পিঁয়াজ কেঁচাকৈ খালে কি হ’ব পাৰে?

. কেঁচা পিয়াঁজ খালে আমাৰ চকুৰ স্বাস্থ্য উন্নত হয়।
. কেঁচা পিয়াঁজত থকা ছালফাৰে মূৰৰ ছালৰ সমস্যা আঁতৰ কৰাত সহায় কৰে।
. কেঁচা পিঁয়াজৰ ৰসে উফিৰো চিকিৎসা কৰে। ই উফিৰ বিকাশত সহায় কৰা বেক্টেৰিয়া ধ্বংস কৰে।
. পিঁয়াজে আমাৰ দেহত ভিটামিন এৰ যোগান ধৰে।
. নিয়মীয়াকৈ পিঁয়াজ খালে ব্যক্তিজনক হাৰ্টৰ কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে।
. কফ ৰোগত কেতিয়াও আক্ৰান্ত হোৱাত বাধা দিয়ে। এটা পিঁয়াজৰ লগত যদি সম পৰিমাণৰ মৌৰস মিহলাই খোৱা যায় তেন্তে কাহ, কফ আৰু সঘনে পানী লগা বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
. দাঁতৰ যিকোনো ৰোগ নহবৰ বাবে পিঁয়াজ যথেষ্ট সহায়ক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme