1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:02 pm

বিভিন্ন গীতেৰে সকলোৰে হৃদয় জুৰ পেলোৱা K.Kৰ দ্বিতীয় বাৰ্ষিক মৃত্যু তিথি!

  • Update Time : Friday, May 31, 2024

এগৰাকী জনপ্ৰিয় ভাৰতীয় প্লেবেক গায়ক, যাক চিনি নোপোৱা হয়তো নুলাবই৷ নামেই যাৰ পৰিচয়, K.K অৰ্থাৎ Krishnakumar Kunnathৰ নামেই সকলোকে কৰি তোলে আৱেগিক৷
তেওঁ মুঠতে হিন্দী, তামিল, তেলেগু, কানাড়া ভাষাত গীত ৰেকৰ্ডিং কৰিছিল৷ বিভিন্ন সংগীত ধাৰাত বহুমুখীতাৰ বাবে জনপ্ৰিয় K.Kক ভাৰতৰ শ্ৰেষ্ঠ প্লেবেকত গায়কসকলৰ ভিতৰত গণ্য কৰা হয়৷
২০২২ বৰ্ষৰ আজিৰ দিনটোতে K.Kয়ে সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা মেলানি মাগিছিল৷ আজি দুটা বৰ্ষ কে.কেৰ অবিহনে, কে.কেৰ প্ৰতিটো গীতেই আমাক সকলোকে বাৰে বাৰে মনত পেলায়
জনপ্ৰিয় গায়ক K.Kলৈ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme