1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 6:17 pm
Trending:
৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع

বিবাহৰ পূৰ্বেই মাতৃত্বৰ সুখ অনুভৱ বলীউড অভিনেত্ৰীৰ

  • Update Time : Saturday, August 10, 2024

বিবাহৰ পূৰ্বেই মাতৃত্বৰ সুখ অনুভৱ বলীউড অভিনেত্ৰীৰ৷ Vitti Dandu ছবিখনৰ জৰিয়তে বলীউড জগতত ভৰি দিয়া ম্ৰোণাল ঠাকুৰে তেওঁৰ অভিনয়শৈলীৰে প্ৰতিজন দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল৷ ম্ৰোণাল ঠাকুৰৰ ৰূপ, অভিনয়শৈলী সকলোৱে তেওঁৰ অনুৰাগী সকলক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ বহুকেইখন টি.ভি চিৰিয়েলতো দেখা পোৱা গৈছিল ম্ৰোণাল ঠাকুৰক৷ জনপ্ৰিয় ধাৰাবাহিক KUMKUM BHAGYA, Mujhse Kuchh Kehti…Yeh Khamoshiyaan,Bumble Dating These Nights এনেধৰণৰ বহুকেইখন ধাৰাবাহিকৰ জৰিয়তে অভিনয় জগতত সফলতা লাভ কৰি বলীউড জগতত ভৰি দিছিল ম্ৰোণাল ঠাকুৰে। বৰ্তমান সময়ত প্ৰায় সকলোৰে প্ৰিয় অভিনেত্ৰী ম্ৰোণাল ঠাকুৰৰ এক খবৰ সৰ্বত্ৰে চৰ্চিত। খবৰ অনুলৰি বিবাহৰ পূৰ্বেই ম্ৰোণাল ঠাকুৰে এগৰাকী কণমানিক নিজৰ সন্তান ৰূপে মানি লৈছে।
কণমানিটিৰ নাম কিয়াৰা খান্না। ৮বছৰীয়া কণমানি কিয়াৰাৰ সৈতে যি মধুৰ সম্পৰ্ক গঢ়ি উঠিছে তাৰ বাবে ম্ৰোণালে বহু সময়ত কোৱা দেখা গৈছে যে, তেওঁ বিবাহৰ পিছত যি সন্তান হ’ব সেই সন্তানত তেওঁৰ দ্বিতীয় সন্তান হিচাপে মানিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme