1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:33 am

বিপদৰ সময়ত চিনিব আপোনাৰ আপোন কোন আৰু পৰ কোন?

  • Update Time : Saturday, July 27, 2024

আমাৰ চাৰিওকাষে এসোপামান মানুহ ঘূৰি ফুৰে। কিন্তু আমি নাজানো কোন আপোন কোন পৰ। দেখাবলৈ সকলোৱে আমাক কব যে তেওঁ আমাৰ আপোন পিছে নহয়,
মানুহক দেখাই আপোন দেখুৱাতকৈ আমাৰ বিপদৰ সময়ত লগ দিয়াজনহে প্ৰকৃত আপোন। এই ধৰক আপুনি কিবা কাৰণত কোনো ক্ষেত্ৰত বিপদত পৰিছে আৰু সেই বিপদৰ সময়ত
আপোনাৰ লগত কোন আছে, কোনে আপোনাক লগ দিছে, কোন সেই সময়ত আপোনাৰ কাষৰ পৰা পলাইছে তাতেই বুজিব আপোনাৰ আপোন কোন? এই ধৰক আপোনাৰ অসুখ, এই
সময়ত আপোনাৰ কোনোবাই খবৰ লৈছে, যত্ন লৈছে সেইজন নজনাকৈয়ে আপোনাৰ আপোন বুজিছেনে। পইচাই যথেষ্ট নহয় দিয়ক, মানুহৰ মাত এষাৰহে বৰ প্ৰয়োজনীয় আমাৰ জীৱনত,
বৰ প্ৰয়োজন। যি কাম টকাই কৰিব নোৱাৰে সেই কাম মানুহৰ এষাৰ মাতে কৰিব পাৰে। কাৰোবাৰ এষাৰ মাতে আপোনাৰ জীয়াই ৰাকিব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme