1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:36 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

বিদ্যুৎ সংযোগ নথকা আৰু কৰ্তন হৈ থকা লোকৰ নামত হাজাৰ হাজাৰ টকাৰ বিল

  • Update Time : Tuesday, May 14, 2024

জুৰীয়াৰ বালুৰচৰ বজাৰত বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ গ্ৰাহকৰ প্ৰতিবাদ। বিদ্যুৎ সংযোগ নথকা তথা কৰ্তন হৈ থকা গ্ৰাহকৰ নামত বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিলে হাজাৰ হাজাৰ টকাৰ বিদ্যুৎ বিল। ধিং বিদ্যুৎ উপ-সংমণ্ডলৰ এলেকাধীন বালুৰচৰ বজাৰৰ ব্যৱসায়ী আনৱাৰ হুছেইনক বিদ্যুৎ সংযোগ নিদিয়াকৈ পঠিয়ালে ২৫,০০০ হাজাৰ টকাৰ বিল। বিদ্যুৎ কৰ্তন কৰি দিয়া বন্ধ দোকানলৈ প্ৰেৰণ ২৬,৮০৪ টকাৰ বিদ্যুৎ বিল। বিদ্যুৎ বিভাগৰ এনে কাণ্ডত অতিষ্ঠ হৈ পৰে ৰাইজ। বিদ্যুৎ বিভাগে বালুৰচৰ আৰু বহু কেইজন গ্ৰাহকক এই দৰে ৰামটাঙোন সোধোৱাত ক্ষুব্ধ গ্ৰাহকে সাব্যস্ত কৰে প্ৰতিবাদ। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰৰে উত্তাল কৰি তোলে বালুৰচৰৰ পৰিবেশ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme