1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:52 am

বাদাম বিক্ৰী কৰি পৰিয়ালক পোহপাল দিছিল ৰঙিয়াৰ ফুলচান্দে, কিন্তু পুৱাই উৰণ সেতুই কাঢ়িলে প্ৰাণ

  • Update Time : Wednesday, February 28, 2024

এক শোকাৱহ ঘটনা, শোকাৱহ পৰিৱেশ৷ এটি দুৰ্ভগীয়া পৰিয়াল৷ পৰিয়ালটিত আছে পিতৃ-মাতৃ, পত্নী, দুই সন্তান৷ বাদাম, চানা আদি বিক্ৰী কৰি দুবেলা দুমুঠি
পেটে ভাতে খাই আছিল দুৰ্ভগীয়া পৰিয়ালটিয়ে৷ কিন্তু হঠাৎ পৰিয়ালটিৰ জীৱনলৈ নামি আহিল ধুমুহা৷ আজি পুৱাই চানা বিক্ৰী কৰিবলৈ ওলাই
আহিছিল ফুলচান্দ আলিয়ে৷ কিন্তু হঠাৎ নিৰ্মীয়মান উৰণ সেতুঁৰ প্ৰকাণ্ড বীম খহি হেচাঁ মাৰি ধৰিল ফুলচান্দ আলিক৷ আৰু মৃত্যুক আকোঁৱালি লয়
ব্যক্তিজনে৷ ফুলচান্দ আলিৰ এই আকস্মিক মৃত্যুত শোকাৱহ পৰিৱেশৰ সৃষ্টি হৈছে৷ পৰিয়ালৰ লোকে ফুলচান্দ আলিৰ এই আকস্মিক মৃত্যুৰ বাবে জগৰীয়া
কৰিছে উৰণ সেতু নিৰ্মাণকাৰী সংস্থাক৷ দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিবলৈ চৰকাৰ প্ৰশাসনক আহবান ফুলচান্দৰ দুৰ্ভগীয়া পৰিয়ালৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme