1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:26 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

বহু নজনা কথা শিকিব পাৰিব এইসমূহ চৰাই, জন্তুৰ পৰা!

  • Update Time : Saturday, June 8, 2024

আমি জীৱন যাপন কৰিবলৈ বহু কথা শিকাৰ প্ৰয়োজন কিন্তু আমি বহু কথাই নাজানো৷ ঘৰ এখন সজোৱাৰ ক্ষেত্ৰতে হওঁক বা ৰুম এটা সজোৱাৰ ক্ষেত্ৰত, খোৱা বোৱাৰ ক্ষেত্ৰত আমি বহু কথা শিকিবলৈ বাকী৷ এনেক্ষেত্ৰত বহু সমস্যাত পৰিব লগা হয় আমি, বা আমি ভিন্ন অসুখতো পৰোঁ৷ গতিকে কিছু কথা জনাটো বা লক্ষ্য কৰাটো প্ৰয়োজনীয়৷
. ঘোঁৰাই যি ঠাইৰ পৰা পানী খায়, সেই ঠাইৰ পৰা পানী খাব পাৰিব৷ কাৰণ ঘোঁৰাই কেতিয়াও অপৰিষ্কাৰ পানী নাখায়৷
. মেকুৰীয়ে য’ত টোপনি মাৰে সেই ঠাইত বিচনা পাতিব পাৰে৷ কিয়নো মেকুৰীয়ে কেতিয়াও লেতেৰা ঠাইত টোপনি নামাৰে৷
. পোকে খোৱা ফল-মূল খাওক৷ কিয়নো পোক-পতংগই কেতিয়াও বিষাক্ত ফল খাব নিবিচাৰে৷
. যি ঠাইত পোক-পতংগই মাটি খান্দে বা আশ্ৰয় লয়, সেই ঠাইত গছ ৰোপণ কৰক৷ ভাল গছ লাভ কৰিব৷
. চৰাই চিৰিকটিৰ সৈতে একে সময়তে শুৱলৈ যাওক আৰু একে সময়তে উঠক৷ দিনত সোণালী শস্য চপাব পাৰিব৷
. মাছৰ দৰে সঘনাই সাঁতুৰিবলৈ শিকক৷ মাছৰ দৰে পৃথিৱীখন পাতল, আৰামদায়ক আৰু সজীৱতা অনুভৱ কৰিব৷
. যিমান সম্ভৱ সঘনাই মুকলি আকাশলৈ চাওক৷ আপোনাৰ চিন্তাবোৰো আকাশৰ দৰে স্পষ্ট, ধুনীয়া, পৰিষ্কাৰ হৈ পৰিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme